চুফিচুফিবাদ

চুফি দৰ্শন (Assamese) [ Roman: su.phi dor.xon]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-05
1. (Abstract Noun) The sufism, a renoun philosophy of Islam which is based on secret islamic ideology of the Prophet and great spiritual leaders. মুছলমানসকলৰ এক বিশেষ মতবাদ য’ত ধৰ্মীয় মৌলবাদী চিন্তাধাৰাৰ উৰ্ধত, ইছলাম ধৰ্মৰ গোপন তথ্যভিত্তিক সাধনা আৰু আধ্যাত্মিক উৎকৰ্ষতাক বিশেষ প্ৰাধান্য দিয়া হয়৷